সৰুপথাৰ মহাবিদ্যালৰ দুগৰাকী সহকাৰী অধ্যাপকৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালৰ দুগৰাকী সহকাৰী অধ্যাপকৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ।

সৰুপথাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক জয়শ্ৰী বৰদলৈ আৰু বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক সন্ধান হাজৰিকাই ক্ৰমে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়, শিলচৰৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। সৰুপথাৰ মহাবিদ্যালয় পৰিয়ালৰ হৈ দুয়োগৰাকীলৈকে অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনায়।