Student achievement

Home >NewsEvent >Student achievement
যাত্ৰা অসীম অনন্ত...
ছাত্ৰ-ছাত্ৰীৰ সাফল্য

যোৱা ২৩, ২৪ আৰু ২৫ জানুৱাৰী, ২০২৬ তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত হোৱা 'নৱম বড়োলেণ্ড উশ্ৱু চেম্পিয়নশ্বিপ'ত সৰুপথাৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী নাং চেং চিৰিঙে ৬০ কেজিৰ জুনিয়ৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ছাত্ৰগৰাকীৰ এই সফলতাই স্বাভাৱিকতেই মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক আনন্দিত কৰিছে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ে ছাত্ৰীগৰাকীক শুভেচ্ছাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।