৯ ছেপ্তেম্বৰ, ২০২৬ তাৰিখে পিএমশ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৪৫ গৰাকী দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সৰুপথাৰ মহাবিদ্যালয়ত আহি উপস্থিত হৈছিল গ্ৰন্থাগাৰ,সংগ্ৰহালয়, আনন্দ কুটীৰকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খন চাবলৈ। তেওঁলোকৰ লগত তত্ত্বাৱধায়ক হিচাপে আছিল শিক্ষক শ্ৰীসুশীল কুমাৰ ডেকা আৰু নয়নজ্যোতি বৰুৱা। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে তেখেতসকললৈ আন্তৰিক ধন্যবাদ জনায়।








