বিনামূলীয়া স্বাস্থ্য় পৰীক্ষা।

Home >NewsEvent >বিনামূলীয়া স্বাস্থ্য় পৰীক্ষা।

সৰুপথাৰ মহাবিদ্য়ালয় সমল কেন্দ্ৰৰ ( Resource Centre) উদ্য়োগত আৰু মহকুমা চিকিৎসা কেন্দ্ৰৰ সহযোগত ০২/০৯/২০২৩ তাৰিখত  শনি বাৰে বিনামূলীয়া স্বাস্থ্য় পৰীক্ষা কৰোৱা হয়। এই চিকিৎসা সেৱা পত্য়েক মাহৰ প্ৰথমটো শনিবাৰে আগঢ়োৱা হ'ব ।