Awareness cum Sanitary Pad Distribution Programme for Higher Secondary Girls Students.

Home >NewsEvent >Awareness cum Sanitary Pad Distribution Programme for Higher Secondary Girls Students.
২১ মে', ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ মহিলা-কোষৰ উদ্যোগত মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰীসকলৰ মাজত ছেনিটেৰী পেড বিতৰণ কৰা হয়। এই কাৰ্যসূচীত দুই শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।