সৰুপথাৰ মহাবিদ্যালয়ত বিশিষ্ট ঔপন্যাসিক, অনুবাদক, গল্পকাৰ ৰুমী লস্কৰ বৰা।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ত বিশিষ্ট ঔপন্যাসিক, অনুবাদক, গল্পকাৰ ৰুমী লস্কৰ বৰা।

২০ মাৰ্চ, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হয় বিশিষ্ট ঔপন্যাসিক, অনুবাদক, গল্পকাৰ ৰুমী লস্কৰ বৰা।  তেখেতে ছাত্ৰ-ছাত্ৰীসকলক "সাম্প্ৰতিক অসমীয়া সাহিত্য" শীৰ্ষক বিষয়ক এটি বক্তৃতা প্ৰদান কৰিলে।  এই বক্তৃতানুষ্ঠানটি সম্পন্ন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ ববিতা দত্তই।