আজি সৰুপথাৰ নগৰৰ ৮ নং ৱাৰ্ডৰ সংগীতা আগৰৱালাৰ পুত্ৰ শ্ৰী শুভম আগৰৱালাই মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যথেষ্ট সংখ্যক গ্ৰন্থ আগবঢ়ায়।