ছাত্ৰ- ছাত্ৰীৰ স্বাৱলম্বীতাৰ ক্ষেত্ৰত সৰুপথাৰ মহাবিদ্যালয়ৰ অভিন্ন পদক্ষেপ

Home >NewsEvent >ছাত্ৰ- ছাত্ৰীৰ স্বাৱলম্বীতাৰ ক্ষেত্ৰত সৰুপথাৰ মহাবিদ্যালয়ৰ অভিন্ন পদক্ষেপ

সৰুপথাৰ মহাবিদ্যালয়ৰ মহিলা-কোষৰ উদ্যোগত ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা হয় কে'ক, নিমকি, খুৰমা ইত্যাদি প্ৰস্তুতকৰণৰ এটা দুদিনীয়া কৰ্মশালা। বিশেষকৈ মহাবিদ্যালয়ৰ পৰ্যায়তে  ছাত্ৰীসকলক স্বাৱলম্বীতাৰ ক্ষেত্ৰত সৰুপথাৰ মহাবিদ্যালয়ে এক অভিন্ন পদক্ষেপ গ্ৰহণ কৰে।  এই কৰ্মশালাত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী বাৰ্বি সন্দিকৈ সমল ব্যক্তি হিচাপে উপস্থিত থাকে।