বৰপথাৰ মহাবিদ্যালয়ত অনুষ্ঠিত দলীয় আলোচনাত ৰাখী বৰাই নিজৰ প্ৰত্যুৎপন্নমতিতাৰে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল।