“Sarupathar College NCC Crowned Best Team at 77th Republic Day Parade”

Home >NewsEvent >“Sarupathar College NCC Crowned Best Team at 77th Republic Day Parade”
যাত্ৰা অসীম অনন্ত...

২৬ জানুৱাৰী ২০২৬ তাৰিখে সৰুপথাৰ সমজিলা প্ৰশাসনে ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আয়োজন কৰা পেৰেড প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়ৰ এন চি চি দলে শ্ৰেষ্ঠ দল আৰু ছাত্ৰ ৰৌশন চাহুয়ে শ্ৰেষ্ঠ কামাণ্ডাৰৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।