77th Republic Day celebration

Home >NewsEvent >77th Republic Day celebration

২৬ জানুৱাৰী ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত উদযাপন কৰা হয় ৭৭ সংখ্যক গণৰাজ্য দিৱস। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি গণৰাজ্য দিৱস উপলক্ষে চমু ভাষণ প্ৰদান কৰে। মহাবিদ্যালয়ৰ উপাধ্যক্ষ জয়ন্ত বৰাই গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। উপস্থিত থাকে মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল।