সৰুপথাৰ মহাবিদ্যালয়ৰ নৱনিৰ্মিত অত্যাধুনিক ছাত্ৰী জিৰণী কোঠা উদ্বোধন।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ৰ নৱনিৰ্মিত অত্যাধুনিক ছাত্ৰী জিৰণী কোঠা উদ্বোধন।
১৫ জুন, ২০২৬ তাৰিখে কাজিৰঙা লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই সাংসদ পুঁজিৰ দ্বাৰা নৱনিৰ্মিত সৰুপথাৰ মহাবিদ্যালয়ৰ অত্যাধুনিক ছাত্ৰী জিৰণী কোঠা এটি মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত শ্ৰীযুত তাছা ডাঙৰীয়াৰ লগতে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীবিশ্বজিৎ ফুকন উপস্থিত থাকে ।