সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে লাভ কৰে 'প্ৰাগ প্ৰেৰণা সন্মান' ২০২৬

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে লাভ কৰে 'প্ৰাগ প্ৰেৰণা সন্মান' ২০২৬

প্ৰাগ নিউজৰ মঞ্চত ৭ মাৰ্চ ২০২৬ তাৰিখে অসমৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱ, প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ড০ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া, শ্ৰীপ্ৰশান্ত ৰাজুৰ, শ্ৰীচন্দ্ৰশেখৰ শৰ্মা প্ৰমুখ্যে সন্মানীয় বিষয়ববীয়াসকল, ভিন্ন ক্ষেত্ৰৰ আঠগৰাকী 'প্ৰাগ প্ৰেৰণা সন্মান' প্ৰাপক বিশেষ মহিলা আৰু  সন্মানীয় ব্যক্তিসকলৰ উপস্থিতিত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে গ্ৰহণ কৰে 'প্ৰাগ প্ৰেৰণা সন্মান' ২০২৬।