১১ মে', ২০২৬ তাৰিখৰপৰা সৰুপথাৰ মহাবিদ্যালয়ত ২০২৬-২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নিয়মীয়াকৈ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে।