Free Medical Camp held at Chungajan

Home >NewsEvent >Free Medical Camp held at Chungajan
৬ ডিচেম্বৰ, ২০২৫ তাৰিখে ডিচেম্বৰ মাহৰ প্ৰথমটো শনিবাৰ। সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ৰ সহযোগত প্ৰতি মাহৰ প্ৰথমটো শনিবাৰে তিনিবছৰ ধৰি এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি অহা হৈছে। শনিবাৰে এই শিবিৰ সম্পন্ন হয় চুঙাজানৰ ৪ নং দগাঁও অঞ্চলৰ সূৰ্য্যোদয় ক্লাবত।